নগাওঁ জিলা আৰক্ষী অধীক্ষক ৰূপে আনন্দ মিশ্ৰৰ অন্তিমটো সাক্ষাৎকাৰ…চাওঁক সবিশেষ…

ডিজিটেল ডেস্কঃ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বুধবাৰে নিশা জৰুৰীকালীনভাৱে বদলি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আনন্দ মিশ্ৰক। এই বদলিৰ নিৰ্দেশৰ কিছুসময় পূৰ্বে অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ মৃদুল কুমাৰ সন্দিকৈৰ সৈতে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে অন্তিমটো সাক্ষাৎকাৰ দিয়ে আনন্দ মিশ্ৰই।

এই সাক্ষাৎকাৰত বহু কেইটা প্ৰশ্নৰ উত্তৰ দিয়ে আনন্দ মিশ্ৰই। এই সমগ্ৰ সাক্ষাৎকাৰটো চাওঁক তলৰ লিংকত-

https://www.facebook.com/asomiya.pratidin/videos/464346981988011



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/BX3Vne2
via IFTTT

Comments