আনন্দ মিশ্ৰক বদলিঃ অস্থায়ীভাৱে নগাঁৱৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা…

- নগাঁৱৰ এছ পি আনন্দ মিশ্ৰক বদলি।
- উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আনন্দ মিশ্ৰক।
- ইফালে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান।
- আৰক্ষী বিষয়া ধ্ৰুৱ বৰাক অস্থায়ীভাৱে নগাঁৱৰ এছ পিৰ দায়িত্ব প্ৰদান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kOq7FDC
via IFTTT
Comments
Post a Comment