পুৱাই চৰাইদেউত শিলাবৃষ্টি, শস্যৰ ক্ষতিসাধন

ডিজিটেল সংবাদ,চৰাইদেউঃ
- চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত পাৰ্শ্বৱৰ্তী এলেকাত শিলাবৃষ্টি।
- শনিবাৰে পুৱা প্ৰায় ৬-৩০ বজাত বতাহ প্ৰচণ্ড বৰষুণৰ লগতে অহা প্ৰচণ্ড শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷
- শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাৰীৰ তামোল গছৰ লগতে বিভিন্ন শাক পাচলি আৰু পথাৰৰ শস্যৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rX3Rawf
via IFTTT
Comments
Post a Comment