মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, বেংকৰ সম্মুখৰ পৰাই লুটি নিলে ৪০ লাখ টকা…

- মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
- ফাঁচী বজাৰস্থিত ফেডাৰেল বেংকৰ সন্মুখত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।
- ডকাইতে লুটি নিলে ফেডাৰেল বেংকৰ নগদ ৪০ লাখ টকা।
- ৰিজাৰ্ভ বেংকলৈ নিয়াৰ সময়তে লুটি নিয়ে ডকাইতৰ দলে।
- প্ৰত্যক্ষদৰ্ক্ষীৰ মতে,দুখন পালচাৰ বাইকত আহিছিল ৪ দুৰ্বৃত্ত।
The post মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, বেংকৰ সম্মুখৰ পৰাই লুটি নিলে ৪০ লাখ টকা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MBGpHb
via IFTTT
Comments
Post a Comment