মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৬, আহত ৪৩…

- মহাৰাষ্ট্ৰৰ ধুলেত ভয়ংকৰ অগ্নিকাণ্ড।
- ধুলেস্থিত এটা কেমিকেল ফেক্টৰীত সংঘটিত এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে।
- ইফালে, গুৰুতৰভাৱে আহত ৪৩জন লোক।
- অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্পাচনৰ চেষ্টা।
The post মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৬, আহত ৪৩… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34igdan
via IFTTT
Comments
Post a Comment