ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিলে সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে

  • ধেমাজিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা সহকাৰী উপ-পৰিদৰ্শকৰ।
  • চিচিবৰগাঁও আৰক্ষী চকীত এই ঘটনা সংঘটিত হৈছে।
  • নিপন নাথ নামৰ সহকাৰী উপ-পৰিদৰ্শকজনৰ মৃত্যুৰ পিচতে সৃষ্টি হৈছে চাঞ্চল্যৰ।
  • আত্মহত্যাৰ কাৰণ বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই।
  • ৰঙিয়াত ঘৰ নিপন নাথৰ।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

The post ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিলে সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zHnbrn
via IFTTT

Comments