দিল্লীতো প্ৰয়োজন হৈছে এন আৰ চিৰঃ বিজেপি নেতা…

  • শনিবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা।
  • ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দিল্লী বিজেপিৰ মুৰব্বী মনোজ তিৱাৰীয়ে।
  • তেওঁ কয়- ‘দিল্লীতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োজন হৈছে।’
  • ‘দিল্লীৰ পৰিস্থিতি যিধৰণে দিনকদিনে ভয়ংকৰ হ’বলৈ ধৰিছে তাৰ বাবে প্ৰয়োজন হৈছে এন আৰ চিৰ।’
  • ‘বহু অবৈধ অনুপ্ৰৱেশকাৰী আহি সোমাইছে ইয়াত।’
  • ‘আৰু এইটো আটাইতকৈ ভয়ংকৰ কথা।’
  • ‘আমি দিল্লীতো এন আৰ চিৰ কাম কৰিম।’

The post দিল্লীতো প্ৰয়োজন হৈছে এন আৰ চিৰঃ বিজেপি নেতা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/349Y8Lz
via IFTTT

Comments