শিৱসাগৰত ১৫ জন শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন…

  • শিৱসাগৰৰ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫জন শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন।
  • জিলা শিক্ষা বিষয়া আব্দুল জেলিলে কৰ্তন কৰিলে দৰমহা।
  • বিদ্যালয়ত পলমকৈ প্ৰৱেশ কৰিছিল বিদ্যালয়ৰ শিক্ষককেইজনে।
  • পুৱা ৯ বজাতে বিদ্যালয়ত উপস্থিত হৈছিল জিলা শিক্ষা বিষয়া।

The post শিৱসাগৰত ১৫ জন শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UcmCz3
via IFTTT

Comments