শুকুৰবাৰে শ্ৰীনগৰলৈ যাব সেনা সেনা প্ৰধান বিপিন ৰাৱট

- শুকুৰবাৰে শ্ৰীনগৰলৈ যাব সেনা সেনা প্ৰধান বিপিন ৰাৱট।
- শ্ৰীনগৰত উপস্থিত হৈ নিৰাপত্তাৰ দিশ বুজ ল’ব সেনা প্ৰধানগৰাকীয়ে।
- জম্মু-কাশ্মীৰত বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেনেদৰে প্ৰস্তুত সেনা সেই দিশ নিৰীক্ষণ কৰিব বিপিন ৰাৱটে।
- সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছত এইবাৰ প্ৰথম জম্মু-কাশ্মীৰলৈ যাব সেনা প্ৰধান বিপিন ৰাৱাট।
- জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে বুধবাৰে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰই সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰি ভাল কাম কৰা বুলি মন্তব্য কৰিছিল।
The post শুকুৰবাৰে শ্ৰীনগৰলৈ যাব সেনা সেনা প্ৰধান বিপিন ৰাৱট appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34d0Csf
via IFTTT
Comments
Post a Comment