অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ

- প্ৰতিবাদত উত্তাল অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়।
- সঞ্চালয়ৰ কাৰ্যালয়ত প্ৰতিবাদ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ।
- প্ৰতিবন্ধীসকলৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ।
- পুৱাৰে পৰা উত্তাল প্ৰতিবাদ কাৰ্যালয়টোত।
- শিক্ষামন্ত্ৰী আৰু বিভাগীয় বিষয়াৰ বিৰুদ্ধে ক্ষোভ।
- নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীসকলক ন্যায় দিয়াৰ দাবী।
The post অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U57d3i
via IFTTT
Comments
Post a Comment