জন্মু-কাশ্মীৰত পুঞ্জত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন…

- জন্মু-কাশ্মীৰৰ পুঞ্জ জিলাত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
- মেনধাৰ চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ।
- ভাৰতীয় সেনাৰ এক সুত্ৰই সদৰি কৰিছে এই তথ্য।
- প্ৰাপ্ত খবৰ অনুসৰি হতাহত হোৱা নাই কোনো লোক।
- দিনৰ ১১.৩০ বজাত এই গুলীবৰ্ষণ।
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ সেনা বাহিনীৰ জোৱান।
The post জন্মু-কাশ্মীৰত পুঞ্জত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZyKq5h
via IFTTT
Comments
Post a Comment