এন আৰ চিত নাম নাহিল প্ৰাক্তন বিধায়কৰ…

- শনিবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।
- প্ৰথম খচৰাত নাম থকাৰ পাছতো নাম নাহিল প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ।
- প্ৰাক্তন বিধায়কগৰাকীৰ নাম নহাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া।
- কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞা।
The post এন আৰ চিত নাম নাহিল প্ৰাক্তন বিধায়কৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32hOBQy
via IFTTT
Comments
Post a Comment