পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব প্ৰধানমন্ত্ৰী…

- বিদেশ যাত্ৰা সামৰি মঙলবাৰে পুৱা স্বদেশ পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- মঙলবাৰে পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব মোডী।
- অৰুণ জেটলীৰ মৃত্যু সময়ত ইউ এ ইত আছিল প্ৰধানমন্ত্ৰীজন।
- ফোনেৰেই সমবেদনা জ্ঞাপন কৰিছিল পৰিয়ালক।
- জেটলীৰ পৰিয়ালে প্ৰধানমন্ত্ৰীক বিদেশ যাত্ৰা সমাপ্ত নকৰিবলৈ জনাইছিল আহ্বান।
The post পুৱা ১০ বজাত প্ৰয়াত অৰুণ জেটলীৰ ঘৰত উপস্থিত হব প্ৰধানমন্ত্ৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zjWnx5
via IFTTT
Comments
Post a Comment