১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাত পতিত বিমান…

- আলীগড়ত চাটাৰ্ড বিমান দুৰ্ঘটনা।
- দিল্লীৰ পৰা আলীগড় অভিমুখে গৈ আছিল বিমানখন।
- বিমানখনত আছিল ৬ জন যাত্ৰী।
- আটাইকেইজন যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে।
- ৪ জন অভিযন্ত্ৰাৰ সৈতে বিমানখনত আছিল ২ জন পাইলট।
- প্ৰাপ্তখখবৰ অনুসৰি ধনীপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে সংঘটিত হয় এই অঘটন।
- ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লগাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনা।
The post ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাত পতিত বিমান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33VtjtT
via IFTTT
Comments
Post a Comment