বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰলত হ্ৰাস পালে ৬ পইচাকৈ।
  • আনহাতে বৃহস্পতিবাৰে হ্ৰাস পালে ডিজেলৰ দামো।
  • প্ৰতিলিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।
  • দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.০১ টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.৩০ টকা।

The post বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PkMud8
via IFTTT

Comments