উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত মৃতদেহ উদ্ধাৰ

  • হোজাইত ৰে’লত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত চলন্ত অৱস্থাতে উদ্ধাৰ হৈছে মৃতদেহটো।
  • মৃত লোকজন আগৰতলাৰ কাঠালিৰ বুলি জানিব পৰা গৈছে।
  • কলকাতাৰ পৰা আগৰতলালৈ গৈ থাকোতে মৃত্যু হয় লোকজনৰ।
  • লোকজনৰ নাম ৰাজীৱ সৰকাৰ।
  • কিয় লোকজনৰ মৃত্যু হ’ল জানি বৰা হোৱা নাই।
  • হোজাই ৰে’ল ষ্টেচনত ৰখা হৈছে মৃতদেহটো।

The post উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/328cDgP
via IFTTT

Comments