এইবাৰ তৃণমূলৰ সাংসদক তলব চিবিআইৰ

- চি বি আইয়ে তলব কৰিছে সাংসদ অপৰূপা পোদ্দাৰক।
- ২ ছেপ্তেম্বৰত চি বি আইৰ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব নেত্ৰীগৰাকী।
- অপৰূপা পোদ্দাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ।
- আৰামবাগৰ সাংসদ পোদ্দাৰ।
- নাৰদা কেলেংকাৰীৰ বাবে তলব কৰা হৈছে সাংসদগৰাকীক।
The post এইবাৰ তৃণমূলৰ সাংসদক তলব চিবিআইৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MFWjjZ
via IFTTT
Comments
Post a Comment