বতাহ-বৰষুণৰ মাজতে অঘটন, হাস্পতালত ভৰ্তি ৯ জনক

- বোকাখাতত অঘটন।
- ধনশিৰিমুখত বজ্ৰ পৰি আহত হৈছে ৯জন লোক।
- কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছে এই ঘটনা।
- আহতসকল হৈছে তুলসীকান্ত কুটুম, ৰবীন দলে, জীৱন পেগু, লেবা দলে, চৰমন চাহানী, সুনীল চাহানী, লালু চাহানী, কুমুদ চাহানী আৰু ৰামু চাহানী৷
- ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।
- বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত লোকসকলক।
The post বতাহ-বৰষুণৰ মাজতে অঘটন, হাস্পতালত ভৰ্তি ৯ জনক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zokFFZ
via IFTTT
Comments
Post a Comment