অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰা হ’ব দিল্লীস্থিত ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ…

  • দিল্লীস্থ ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ নাম অৰুণ জেটলী ষ্টেডিয়ামৰ নামেৰে নামাকৰণ কৰা হ’ব।
  • ডি ডি চি এ-য়ে গ্ৰহণ কৰে এই সিদ্ধান্ত।
  • উল্লেখ্য যে, সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী আছিল ডি ডি চি এৰ অধ্যক্ষ।
  • বৰ্তমানৰ ডি ডি চি এৰ অধ্যক্ষ ৰজত শৰ্মাই জনাই যে,
  • ‘অৰুণ জেটলীৰ সহায়-সহযোগিতাৰ বাবেই বিৰাট কোহলী, বীৰেন্দ্ৰ শ্বেহৱাগ, গৌতম গম্ভীৰৰ দৰে খেলুৱৈসকলে দেশক গৌৰাৱান্বিত কৰিছে।‘

The post অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰা হ’ব দিল্লীস্থিত ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/342cTju
via IFTTT

Comments