তিনি মহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু, ২জন আহত

  • দিল্লীৰ বদলী এলেকাত খহি পৰিল এটা তিনি মহলীয়া অট্টালিকা।
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই শোকাবহ ঘটনা।
  • অট্টালিকাটো খহি পৰাৰ ফলত এজনৰ মৃত্যু।
  • আনহাতে গুৰুতৰভাৱে আহত ২ জনক উদ্ধাৰ।
  • উদ্ধাৰ কৰা আহত দুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • খহি পৰা অট্টালিকাটোৰ ধ্বংসস্তূপত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ আশংকা।
  • ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।

The post তিনি মহলীয়া অট্টালিকা খহি এজনৰ মৃত্যু, ২জন আহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zz7HQp
via IFTTT

Comments