পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধ কাৰ্যসূচী পালন আছুৰ

  • গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা।
  • ১০০ ঘন্টীয়া বন্ধ কাৰ্যসূচী পালন আছুৰ।
  • শিৱসাগৰত আছুৱে আহ্বান কৰিছে ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ।
  • থলুৱা নিবনুৱাক প্ৰবঞ্চনা কৰাৰো অভিযোগ।
  • পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী আছুৰ।
  • জিলাখনৰ বহুকেইটা তৈলক্ষেত্ৰৰ কামকাজ স্থবিৰ।

The post পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধ কাৰ্যসূচী পালন আছুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UarlkJ
via IFTTT

Comments