এন আৰ চিক লৈ কি ক’লে আছুৰ সভাপতি দিপাংকৰ নাথে…

- এন আৰ চিক লৈ আছুৰ সভাপতি দিপাংকৰ নাথৰ প্ৰতিক্ৰিয়া।
- ‘প্ৰকাশ হ’ব লগা এন আৰ চিক লৈ আছু আশাবাদী।’
- ‘যদি কোনো খিলঞ্জীয়া লোকৰ নাম বাদ পৰে আমি সদায় সহায় কৰিবলৈ প্ৰস্তুত।’
- ‘আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছো।’
- ‘আমাৰ আস্থা আছে উচ্চতম ন্যায়ালয়ৰ ওপৰত।’
- ‘আমি আশাবাদী।’
- ‘জাতীয় আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধা জনালো।’
- ‘তেওঁলোকৰ ত্যাগৰ বাবে আজি এখন এন আৰ চি হবলৈ গৈ আছে।’
The post এন আৰ চিক লৈ কি ক’লে আছুৰ সভাপতি দিপাংকৰ নাথে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MPtZeL
via IFTTT
Comments
Post a Comment