শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল ৪ বন বিভাগৰ লোকৰ

  • শিৱসাগৰৰ সোণতলীছিগাত পুৱতি নিশা বন বিভাগৰ জিপছী বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাটোত নিহত হৈছে ৪ জন লোক।
  • নিহত আটাইকেইজন বন বিভাগৰ লোক।
  • ইফালে আহত হৈছে দুজন বনকৰ্মী।
  • মুঠ ৬জন লোক যাত্ৰা কৰিছিল বাহনখনত।
  • নিহত কেইজনক চিনাক্ত কৰা হৈছে।
  • দুৰ্ঘটনাটোত নিহত হৈছে ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত, বিপুল হাজৰিকা, প্ৰিয়ম মেছ আৰু চালক নিজাম আহমেদ।
  • আহতকেইজন হৈছে ৰেঞ্জাৰ বুবুল বৰুৱা আৰু ফৰেষ্ট গাৰ্ড নিজামুদ্দিন।
  • ডিব্ৰুগড়ত চিকিৎসাধীন আহত কেইজন।

The post শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ’ল ৪ বন বিভাগৰ লোকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30LQ55c
via IFTTT

Comments