নয়ডা চেক্টৰ ২৫এ-ৰ স্পাইছ মলত ভয়ংকৰ অগ্নিকাণ্ড

  • উত্তৰ প্ৰদেশৰ নয়ডাত ভয়ংকৰ অগ্নিকাণ।
  • চেক্টৰ ২৫এৰ স্পাইছ মলত সংঘটিত হয় অগ্নিকাণ্ড।
  • নিমিষতে ধোঁৱাই ছানি ধৰে কেইবামহলীয়া অট্টালিকাটো।
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

The post নয়ডা চেক্টৰ ২৫এ-ৰ স্পাইছ মলত ভয়ংকৰ অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NyeFCW
via IFTTT

Comments