শিৱসাগৰত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা…

  • শিৱসাগৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • ডিমৌমুখ মিছিং গাঁৱত বজ্ৰপাতত প্ৰাণ গ’ল এজন লোকৰ।
  • নিহত লোকজনৰ নাম পদ্মধৰ য়েইন বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, নিহত লোকজনৰ বয়স প্ৰায় ৩৫ বছৰ।
  • লোকজনে মাছ মাৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছে।

The post শিৱসাগৰত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZqphLl
via IFTTT

Comments