জম্মু-কাশ্মীৰৰ বাৰমুল্লাত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী

  • জম্মু-কাশ্মীৰৰ বাৰমুল্লাত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী।
  • চিৰআৰপিএফ, আৰ্মী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা।
  • মঙলবাৰে পুৱাৰে পৰাই চিৰআৰপিএফ, আৰ্মী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • এটা বাসগৃহত সন্ত্ৰাসবাদী দুজনে আত্মগোপন কৰি থকাৰ গোপন খবৰৰ পিছতে চলোৱা হৈছিল অভিযান।
  • অভিযান কালত বহু পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু আপত্তিজনক নথি উদ্ধাৰ।

The post জম্মু-কাশ্মীৰৰ বাৰমুল্লাত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZtOpMc
via IFTTT

Comments