ভূমিকম্পই জোকাৰি গ’ল…

- ভূমিকম্পই জোকাৰি গল জাপান।
- বৃহস্পতিবাৰে পুৱা ৫.১৬ বজাত অনুভূত হয় এই ভূমিকম্প।
- ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা আছিল ৬.১।
- ভূমিকম্পত হতাহত হোৱা নাই কোনো লোক।
The post ভূমিকম্পই জোকাৰি গ’ল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Hx8I5n
via IFTTT
Comments
Post a Comment