অঘটনঃ তেলেংগানা এক্সপ্ৰেছত অগ্নিকাণ্ড…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তেলেংগানা এক্সপ্ৰেছত সুত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ। পুৱা ৭.৪৩ বজাত হাৰিয়ানাৰ বালাবগঢ় নামৰ অঞ্চলত ৰেলখনৰ ২ টা দবা জুইয়ে আগুৰি ধৰে। অৱশ্যে ৰেলৱে কৰ্তৃপক্ষৰ তৎপৰতাত কম সময়ৰ ভিতৰতে নুমুৱাবলৈ সক্ষম হয় জুঁই। প্ৰাপ্ত খবৰ অনুসৰি কোনো লোক এই অগ্নিকাণ্ডত হতাহতি হোৱা নাই।

The post অঘটনঃ তেলেংগানা এক্সপ্ৰেছত অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PjzuEM
via IFTTT

Comments