চূড়ান্ত এন আৰ চিৰ তালিকা প্ৰকাশৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত সাংসদ আব্দুল খালেকৰ…

  • এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে।
  • ‘এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছো।’
  • ‘কিন্তু এন আৰ চিৰ এই চূড়ান্ত তালিকাক লৈ মই সম্পূৰ্ণ সন্তুষ্ট নহয়।’
  • ‘বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে এই চূড়ান্ত এন আৰ চিৰ পৰা।’
  • ‘মই আৱেদন জনাইছো ইয়াক লৈ পুনৰ নীৰিক্ষণ কৰিব লাগে।’

The post চূড়ান্ত এন আৰ চিৰ তালিকা প্ৰকাশৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত সাংসদ আব্দুল খালেকৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PtzPot
via IFTTT

Comments