জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অপৰহৰণ কৰিলে ২ ব্যক্তিক, এজনক হত্যা…

- জম্মু-কাশ্মীৰত ট্টালৰ পৰা সন্ত্ৰাসবাদীয়ে অপৰহৰণ কৰিলে ২ ব্যক্তিক।
- সোমবাৰে নিশাই অপহৰণ কৰে ব্যক্তি দুজনক।
- ইয়াৰে এজনক হত্যা কৰে অপহৰণকাৰীয়ে।
- জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে এজন ব্যক্তিৰ মৃতদেহ।
- আনজন ব্যক্তিৰ সন্ধানত আৰক্ষী-সেনাই চলাই আছে অভিযান।
The post জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অপৰহৰণ কৰিলে ২ ব্যক্তিক, এজনক হত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NBh7bJ
via IFTTT
Comments
Post a Comment