ষ্টেচনত সোমোৱাৰ সময়তে লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…

  • কানপুৰত লাইনচ্যুত হ’ল যাত্ৰাবাহী ৰে’ল।
  • ৰে’লখনৰ ৪ টা ডবা লাইনচ্যুত হয়।
  • ৩ নম্বৰ প্লেটফৰ্মত এই ঘটনা সংঘটিত হৈছে।
  • ষ্টেচনত সোমোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।
  • বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।

The post ষ্টেচনত সোমোৱাৰ সময়তে লাইনচ্যুত যাত্ৰীবাহী ৰে’ল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PhHJ42
via IFTTT

Comments