জন্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন…

  • জন্মু-কাশ্মীৰৰ পুঞ্জ চেক্টৰৰ ২ স্থানত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
  • ভাৰতীয় সেনাৰ এক সুত্ৰই সদৰি কৰিছে এই তথ্য।
  • প্ৰাপ্ত খবৰ অনুসৰি হতাহত হোৱা নাই কোনো লোক।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ সেনা বাহিনীৰ জোৱান।

The post জন্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zxulg0
via IFTTT

Comments