এন আৰ চিত সন্নিবিষ্ট হৈছে ৩,১১,২১,০০৪ গৰাকী লোক, পঢ়ক সবিশেষ…

  • ২০১৫ চনৰ মে’ মাহৰ শেষৰ পৰা আৰম্ভ হৈছিল আবেদন গ্ৰহণ কাৰ্য।
  • ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজ নিশাৰ লৈকে সন্নিবিষ্ট হৈছে এন আৰ চিত।
  • ৫২০০০গৰাকী অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰী এই কাৰ্যত নিয়োজিত হৈ আছিল।
  • ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ কৰা হৈছিল এ আৰ চিৰ এন আৰ চিৰ খচৰা।
  • নাম সোমাইছিল ২, ৮৯, ৮৩, ৬৭৭ জন।
  • এন আৰ চিত নাম অন্তৰ্ভুক্ত হৈছে মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ।

The post এন আৰ চিত সন্নিবিষ্ট হৈছে ৩,১১,২১,০০৪ গৰাকী লোক, পঢ়ক সবিশেষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Uilg5T
via IFTTT

Comments