পশ্চিম বংগৰ বৰ্ধমান বিস্ফোৰণ কাণ্ডঃ অসমৰ ছাহানুৰ আলমসহ তিনিজনক দোষী সাব্যস্ত…

- পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত আদালত ৰায় প্ৰদান।
- বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জে এম বিৰ ৪ জন সদস্যসহ মুঠ ১৯জনক এন আই এৰ আদালতে কৰিছে দোষী সাব্যস্ত।
- এই গোচৰত এন আই এ মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল।
- এই গোচৰত অসমৰ ছাহানুৰ আলমসহ তিনিজনক দোষী সাব্যস্ত কৰিছে এন আই এৰ আদালতে।
- ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে।
- ছাহানুৰৰ সৈতে বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে আদালতে।
The post পশ্চিম বংগৰ বৰ্ধমান বিস্ফোৰণ কাণ্ডঃ অসমৰ ছাহানুৰ আলমসহ তিনিজনক দোষী সাব্যস্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zuY36Y
via IFTTT
Comments
Post a Comment