চূড়ান্ত এন আৰ চিত নাম বাদ পৰিল কৰিমগঞ্জৰ প্ৰাক্তন সেনা জোৱানৰ…

- শনিবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা।
- চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিল কৰিমগঞ্জৰ এজন প্ৰাক্তন সেনা জোৱানৰ নাম।
- প্ৰাক্তন সেনা জোৱানজনৰ নাম বিমল চৌধুৰী।
- সেনাৰ পৰা অৱসৰ লোৱাৰ পাছত বৰ্তমান ৰে’ল আৰক্ষীত কৰ্মৰত হৈ আছে তেওঁ।
- অৱশ্যে চৌধুৰীৰ পৰিয়ালৰ আন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে এন আৰ চিত।
- এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত প্ৰাক্তন সেনা জোৱানজনৰ।
The post চূড়ান্ত এন আৰ চিত নাম বাদ পৰিল কৰিমগঞ্জৰ প্ৰাক্তন সেনা জোৱানৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PKRw39
via IFTTT
Comments
Post a Comment