এন আৰ চিক লৈ উৰা বাতৰি! প্ৰাণ গ’ল মহিলাৰ

  • এন আৰ চি প্ৰকাশৰ পিছতে তেজপুৰত অঘটন।
  • আত্মহত্যা কৰিলে এগৰাকী মহিলাই।
  • তেজপুৰৰ ১নং দোলাবাৰীত সংঘটিত হৈছে এই ঘটনা।
  • মহিলাগৰাকীৰ নাম চায়েৰা বেগম।
  • এন আৰ চিক লৈ সৃষ্টি হোৱা উৰা বাতৰিয়ে প্ৰাণ ল’লে মহিলাগৰাকীৰ।
  • কুঁৱাত জাপ দি আত্মহত্যা কৰিলে মহিলাগৰাকীয়ে।
  • স্বামী আৰু পুত্ৰৰ নাম নাছিল এন আৰ চিত।
  • তাৰ পিছতে মহিলাগৰাকীয়ে আত্মহত্যা কৰে।

The post এন আৰ চিক লৈ উৰা বাতৰি! প্ৰাণ গ’ল মহিলাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HB8UR3
via IFTTT

Comments