জম্মু-কাশ্মীৰৰ শ্বপিয়ান আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ, আহত আৰক্ষী বিষয়া

- জম্মু-কাশ্মীৰৰ অব্যাহত আছে আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
- এইবাৰ জম্মু-কাশ্মীৰৰ আৰক্ষী থানাত আক্ৰমণ কৰিলে সন্ত্ৰসবাদীয়ে।
- শ্বপিয়ান আৰক্ষী থানাত দেওবাৰৰ পুৱাই আক্ৰমন কৰিলে সন্ত্ৰসবাদীয়ে।
- সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ’ল আৰক্ষী বিষয়াজন।
The post জম্মু-কাশ্মীৰৰ শ্বপিয়ান আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ, আহত আৰক্ষী বিষয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OkhNTY
via IFTTT
Comments
Post a Comment