গান্ধী জয়ন্তী উপলক্ষে তামিলনাডুত ব্যাপক প্ৰস্তুতি

  • ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তী উপলক্ষে তামিলনাডুত ব্যাপক প্ৰস্তুতি।
  • এভাৰৱিন স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে চলাইছে প্ৰস্তুতি।
  • প্ৰায় ২৫০০ এলইডি কেণ্ডেলেৰে বিদ্যালয় খেলপথাৰত প্ৰস্তুত কৰিলে মহাত্মা গান্ধীৰ বিশাল আকৃতিৰ ছবি।
  • গান্ধীজীৰ ১৫০সংখ্যক জন্মদিনত এনেদৰে প্ৰস্তুতি চলালে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে।

The post গান্ধী জয়ন্তী উপলক্ষে তামিলনাডুত ব্যাপক প্ৰস্তুতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OYls6T
via IFTTT

Comments