ৰুণজুন পেগুক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

  • দেওবাৰে মাজুলীৰ ৰুণজুন পেগুক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • সম্বৰ্ধনা পত্ৰৰ লগতে ১ লাখ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
  • ৰুণজুনক যোৰহাটত এই সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
  • লক্ষ্ণৌত অনুষ্ঠিত জেভ’লিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল ৰুণজুনে ।

The post ৰুণজুন পেগুক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RcjHV1
via IFTTT

Comments