গোগামুখত পথ দুৰ্ঘটনা

  • গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনাত।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁৱত পালছাৰ আৰু ট্ৰেভেলাৰ মুখামুখি সংঘৰ্ষ।
  • বাইকখনৰ নম্বৰ কে আৰ এছ আই ই এন ২৮৬৬ আৰু ট্ৰেভেলাখনৰ নম্বৰ এ এছ ০৭ চি ৮১৬২।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীজন।
  • বাইক আৰোহীজন চাউলধোৱা ৰূপহীৰ ভাগ্যজিত মিলি।

The post গোগামুখত পথ দুৰ্ঘটনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QgRVWc
via IFTTT

Comments