কলগাছিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তিৰ

  • কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
  • শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ।
  • বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে।
  • শক্তি মন্ত্ৰী তপন গগৈৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে।
  • চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে কলগাছিয়াৰ ৰাজপথ।
  • শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ আহ্বান শক্তি মন্ত্ৰী তপন গগৈক।

The post কলগাছিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তিৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RbihKz
via IFTTT

Comments