জম্মু-কাশ্মীৰত আত্মহত্যা সেনা জোৱানৰ

  • জম্মু-কাশ্মীৰত সেনা জোৱানৰ আত্মহত্যা।
  • শনিবাৰে নিশা ৰাজৌৰী জিলাৰ সুন্দৰবাণী শিবিৰত জোৱানৰ আত্মহত্যা।
  • নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিলে জোৱানজনে।
  • মৃত জোৱানজনৰ নাম ৰাম চৰণ বুলি জানিব পৰা গৈছে।
  • ৰামচৰণ আছিল ১২৬ বেটেলিয়ানৰ হেড কনিষ্টবল।
  • কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ।

The post জম্মু-কাশ্মীৰত আত্মহত্যা সেনা জোৱানৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y4sa3Q
via IFTTT

Comments