হায়দৰাবাদত অট’ৰিক্সা চালকৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ

  • হায়দৰাবাদত সংঘটিত হ’ল সমাজক লজ্জিত কৰা ঘটনা।
  • এটি ৭ বছৰীয়া শিশুক নিৰ্যাতন।
  • এজন অট’ৰিক্সা চালকৰ বিৰুদ্ধে এই অভিযোগ।
  • হায়দৰাবাদৰ নামপল্লীত সংঘটিত হ’ল এই ঘটনা।
  • বৰ্তমান আৰক্ষী গোচৰ ৰুজু শিশুটিৰ পৰিয়ালৰ।
  • বৰ্তমান আৰক্ষীৰ জিম্মাত অভিযুক্তজন।

The post হায়দৰাবাদত অট’ৰিক্সা চালকৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zFs0SP
via IFTTT

Comments