দেওবাৰে জিএমডিএৰ কাৰ্যালয়ত চিবিআইৰ অভিযান, জব্দ ৪টা গুৰুত্বপূৰ্ণ ফাইল

- দেওবাৰে জিএমডিএৰ কাৰ্যালয়ৰ পৰা পুনৰ জব্দ ৪টা গুৰুত্বপূৰ্ণ নথিৰ ফাইল।
- পুৱাৰে পৰা কাৰ্যালয়টোত ৪গৰাকী চিবিআইৰ বিষয়াই চলাইছিল অভিযান।
- বগা কাপোৰেৰে ফাইল কেইটা মেৰিয়াই লৈ যায় চিবিআইৰ দলটোৱে।
- আগন্তুক দুদিনলৈ অভিযান চলোৱাৰ সম্ভাৱনা।
- লুইছ বাৰ্জাৰ কেলেংকাৰী সন্দৰ্ভত অভিযান দলটোৰ।
- বুধবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিলহৈ তদন্তকাৰী দলটো।
The post দেওবাৰে জিএমডিএৰ কাৰ্যালয়ত চিবিআইৰ অভিযান, জব্দ ৪টা গুৰুত্বপূৰ্ণ ফাইল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OZt4Gg
via IFTTT
Comments
Post a Comment