অসমবাসীৰ বাবে সুখবৰঃ যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমান সেৱা

- অসমৰ বিমান যাত্ৰীৰ বাবে সুখবৰ।
- যোৰহাটৰ পৰা দিল্লীলৈ উৰিব পোনপটীয়া বিমান।
- ৰৰৈয়া বিমান বন্দৰৰ পৰা কলকাতা হৈ দিল্লীলৈ উৰিব বিমান।
- ৩খন ইণ্ডিগ’ আৰু জেট এয়াৰৱেজৰ বিমানেৰে আৰম্ভ হ’ব এই নতুন সেৱা।
- এই নতুন সেৱাৰ কথা জনালে যোৰহাট বিমান বন্দৰ কৰ্তৃপক্ষই।
The post অসমবাসীৰ বাবে সুখবৰঃ যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমান সেৱা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y0MNOq
via IFTTT
Comments
Post a Comment