নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ দুৰ্গাপূজাৰ লাইখুটা স্থাপন

ডিজিটেল ডেস্কঃ যদিও শৰতৰ পৰিৱেশ এতিয়াও অহা নাই, কিন্তু আৰম্ভ হৈছে শৰতৰ প্ৰস্তুতি। সেমেকা, ফিৰফিৰিয়া বতাহ, শুকুলা মেঘেৰে ভৰা মুকলি আকাশৰ সেই শাৰদীয় পৰিৱেশে মোহিত কৰা নাই চৌদিশ।কিন্তু সন্মুখত পূজা। কিয়নো শৰৎ মানেই  শাৰদীয় দুৰ্গা পূজা। প্ৰকৃতিয়ে আগলি বতৰা নিদিলেও কেওদিশে চলিছে পূজাৰ প্ৰস্তুতি। নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে সোমবাৰে স্থাপন কৰে দুৰ্গা পূজাৰ লাই খুটা। তাৰে কেইটামান মুহূৰ্তৰ আলোকচিত্ৰ-

 

 

The post নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ দুৰ্গাপূজাৰ লাইখুটা স্থাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NSjetk
via IFTTT

Comments