ভাৰতৰ আকাশত হঠাৎ উৰিল পাকিস্তানৰ হেলিকপ্টাৰ

- ভাৰতৰ আকাশত হঠাৎ উৰিল পাকিস্তানৰ হেলিকপ্টাৰ।
- পুঞ্চ ছেক্টৰত দেওবাৰে পুৱাই পাক সেনাৰ এই হেলিকপ্টাৰ দেখিবলৈ পোৱা গৈছিল।
- কিছু সময় উৰি থাকিয়েই ভাৰতৰ আকাশ মাৰ্গৰ পৰা আতৰি যায় হেলিকপ্টাৰখন।
#WATCH A Pakistani helicopter violated Indian airspace in Poonch sector of #JammuAndKashmir pic.twitter.com/O4QHxCf7CR
— ANI (@ANI) September 30, 2018
The post ভাৰতৰ আকাশত হঠাৎ উৰিল পাকিস্তানৰ হেলিকপ্টাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QeaN88
via IFTTT
Comments
Post a Comment