এইবাৰ গায়ক ৰূপত কিৰেণ ৰিজিজু, চাওঁক ৰিজিজুৰ গীতৰ VIDEO

ডিজিটেল ডেস্কঃ গায়কৰ ৰূপত কিৰেণ ৰিজিজুক দেখা পোৱা গ’ল শনিবাৰে। প্ৰাণ ঢালি প্ৰথমে হাঁহিলে। তাৰপাছত গালে ‘অব তুমহাৰে হাৱালে বটন ছাথীঅ’।

দেশৰ বাবে ত্যাগ কৰা সেনাসকলৰ স্মৃতি তথা ছাৰ্জেকেল ষ্ট্ৰাইকৰ দ্বিতীয় বৰ্ষৰ উপলক্ষে আয়োজন কৰা ‘পৰাক্ৰম প্ৰভা’ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীক দেখা পোৱা গ’ল গায়কৰূপত।ইণ্ডিয়াগেটত আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ। চাওক ভিডিঅ’-

 

The post এইবাৰ গায়ক ৰূপত কিৰেণ ৰিজিজু, চাওঁক ৰিজিজুৰ গীতৰ VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ip9ron
via IFTTT

Comments