গুৱাহাটীৰ বশিষ্ঠৰ পৰা অপহৃত মহিলাক তামিলনাডুত উদ্ধাৰ

- গুৱাহাটীৰ বশিষ্ঠৰ পৰা অপহৃত মহিলাক তামিলনাডুত উদ্ধাৰ।
- ২ চেপ্তেম্বৰৰ সন্ধিয়াভাগত দুবৰ্ত্তই অপহৰণ কৰিছিল মহিলাগৰাকীক।
- পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সুকলমে উদ্ধাৰ কৰে মহিলাগৰাকীক।
- দুবৃৰ্ত্তই অপহৰণ কৰি তামিলনাডুক বিক্ৰী কৰিছিল মহিলাগৰাকীক ।
The post গুৱাহাটীৰ বশিষ্ঠৰ পৰা অপহৃত মহিলাক তামিলনাডুত উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xXY95S
via IFTTT
Comments
Post a Comment