কোচ-ৰাজবংশীক অনুসূচীত জনজাতিকৰণৰ দাবীত ৫ অক্টোবৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

- ৫ অক্টোবৰত ১২ ঘন্টীয়া “অসম বন্ধ”ৰ আহ্বান।
- কোচ-ৰাজবংশীক অনুসূচীত জনজাতিৰ তালিকাভুক্তিকৰণৰ দাবীত এই বন্ধৰ আহ্বান।
- কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ-ৰাজবংশীসকলক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।
- এই বন্ধৰ আহ্বান দিছে কোচ ৰাজবংশীৰ কেবাটাও দল-সংঘঠনে।
- সদৌ অসম কোচ ৰাজবংশী সন্মীলনী, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মীলনী,
- কোচ ৰাজবংশী সংগ্ৰাম সমিতি, কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টী,
- সদৌ অসম কো ৰাজবংশী ছাত্ৰ সন্থা (অতুল বৰ্মন গোট),
- আৰু সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনীয়ে আহ্বান দিছে এই বন্ধৰ।
The post কোচ-ৰাজবংশীক অনুসূচীত জনজাতিকৰণৰ দাবীত ৫ অক্টোবৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IrMa5p
via IFTTT
Comments
Post a Comment